lirik lagu spyrush
Loading...
তোমাতেই মোৰ অনুৰাগ
শৰতে দিয়া মিঠা সুৱাস
যতনে ৰাখিবা হিয়াক
প্ৰকৃতিয়ে কি কয়……
উদাশী উন্নাসি হৈ……
মনে হাহে
তুমি আহিলে কাষত
নিৰৱে…….
বহু ৰাতি জাগি
টোপনি নাই
তোৰ মৰমে কিয়নো
নিচুকাই
তৰা লেখি লেখি
ভাগৰা
দুচকুৱে তোমাতেই
জিৰাই
প্ৰণয়ে সুৰভী গীত গাই
অচিনা বাটে ৰিঙিয়াই
ভাল লগা বোৰ কিমান
বিচাৰি নোপোৱা শিপাৰ
মনে বিচাৰিলে কি বুলি
নিচুকাই
হৃদয়ে বিচাৰে কাষতে
এবুকু সপোনে আবৰি ধৰিছে
পুৰাবাহি কেতিয়া হঠাতে
মনে লিখা কাহিনী
তুমি মন্দাকিনী
মই যদি কবিতা
তুমি সুৰ সৰগী
Lirik lagu lainnya:
- lirik lagu безвести (bezvesti) - воу. (whoa.)
- lirik lagu bev foster - carry me
- lirik lagu sassyggirl - ogkz
- lirik lagu peat - lookalike
- lirik lagu jone$ grifa & dem echoes - tightrope walk
- lirik lagu ntkeslx - тротил
- lirik lagu asumuh - pointless
- lirik lagu slavica ćukteraš - okreni njen broj
- lirik lagu desenterrar - carroña sharong
- lirik lagu çilekeş - kendimden geriye 2